TIME8 News
TIME8 News
  • 88 191
  • 1 101 735 053
সাৱধান! পুনৰ জিকা ভাইৰাছৰ 6 টা নতুন কেছ ।
সাৱধান! পুনৰ জিকা ভাইৰাছৰ 6 টা নতুন কেছ । ভয়ংকৰ হাৰত বৃদ্ধি জিকা ভাইৰাছৰ সংক্ৰমণ । সেমেকা বতৰত অধিক বৃদ্ধি হৈছে জিকা ভাইৰাছ। স্বাস্থ্য বিশেষজ্ঞৰ সতৰ্কবাণী
Переглядів: 16

Відео

সাৱধান ! ৰাজ্যত অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। জাৰি কৰা হৈছে ২১টা এলাৰ্ট
Переглядів 417
সাৱধান ! ৰাজ্যত অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। জাৰি কৰা হৈছে ২১টা এলাৰ্ট
মুখ্যমন্ত্ৰীৰ সকীয়নিৰ পিছতেই দৰঙৰ মুফটি মকিবুৰৰ বিৰুদ্ধে এক্সন আৰম্ভ।
Переглядів 2,9 тис.2 години тому
মুখ্যমন্ত্ৰীৰ সকীয়নিৰ পিছতেই দৰঙৰ মুফটি মকিবুৰৰ বিৰুদ্ধে এক্সন আৰম্ভ। হেণ্ডকাফ লগাই গ্ৰেপ্তাৰ কৰা হল মুফটি মকিবুৰক । লখিমপুৰত থানা ঘেৰাও কৰি আইন-শৃংখলাজনিত পৰিৱেশ সৃষ্টি কৰাৰ হুংকাৰ দিছিল মুফটি মকিবুৰে
আজি নিশা আৰু ভয়াবহ হৈ পৰিব বানপৰিস্থিতি।
Переглядів 72 тис.4 години тому
আজি নিশা আৰু ভয়াবহ হৈ পৰিব বানপৰিস্থিতি। ৰাজ্যৰ ১৯খন কৈ জিলা পৰিছে বানৰ কৱলত। প্ৰলয়ংকাৰী বানত ছিগিছে এটাৰ পিছত আন এটা মথাউৰি। বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ। নতুনকৈ কোন কোন অঞ্চলত পৰিব বানৰ প্ৰভাৱ।
বানাক্ৰান্তৰ বাবে APDCLৰ জৰুৰী জাননী ।
Переглядів 2,3 тис.8 годин тому
বানাক্ৰান্তৰ বাবে APDCLৰ জৰুৰী জাননী । বানপানীৰ সময়ত কি কৰিব কি নকৰিব? কি দৰে সুৰক্ষা প্ৰদান কৰিব আপোনাৰ পৰিয়ালক?
সন্মতি থাকিলেও কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক ।
Переглядів 1,2 тис.9 годин тому
সন্মতি থাকিলেও কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক । বাল্য বিবাহক লৈ দেশত আহি গ'ল কঠোৰ নিয়ম । নতুন আইনক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
সিদ্ধু মুছেৱালাৰ দৰেই দশা হ'ল হয় ভাইজানৰ !
Переглядів 1,1 тис.9 годин тому
সিদ্ধু মুছেৱালাৰ দৰেই দশা হ'ল হয় ভাইজানৰ ! আৰক্ষীয়ে দাখিল কৰা ৩৫০ পৃষ্ঠাজোৰা চাৰ্জশ্বীটত এটাৰ পিছত আনটো ভয়ংকৰ তথ্য ।
জিম্বাবৱেলৈ উৰা মাৰিল ৰিয়ানসহ ১৫ জনীয়া ভাৰতীয় দল ।
Переглядів 8 тис.11 годин тому
জিম্বাবৱেলৈ উৰা মাৰিল ৰিয়ানসহ ১৫ জনীয়া ভাৰতীয় দল । ১২ নং জাৰ্চী পিন্ধি খেলপথাৰত নামিবলৈ সাজু ৰিয়ান । আপুনিও জনাওক শুভেচ্ছা ।
ভয়াৱহ বানৰ মাজতে বৰষুণৰ হাই এলাৰ্ট ।
Переглядів 5 тис.11 годин тому
ভয়াৱহ বানৰ মাজতে বৰষুণৰ হাই এলাৰ্ট । বৰষুণ অব্যাহত থাকিলে বানপানীয়ে অধিক ভয়ংকৰ ৰূপ লোৱাৰ আশংকা । আপোনাৰ অঞ্চলত বৰ্তমান বতৰ কেনেকুৱা?
ৰাজ্যত বানৰ ভয়াৱহ ৰূপ ।
Переглядів 16 тис.12 годин тому
ৰাজ্যত বানৰ ভয়াৱহ ৰূপ । কৰবাত যদি মথাউৰি চিগিছে আন কৰবাত বানত উটি গৈছে সাধাৰণ লোক । বিপদসীমাৰ ওপৰেৰে বৈছে ৰাজ্যৰ নৈ-উপনৈ সমূহ । বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিৱেশ ।
কাজিৰঙাত ১৪৪ ধাৰা । জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা। নিয়ম ভংগ কৰিলেই ভৰিব লাগিব জৰিমনা
Переглядів 4,5 тис.23 години тому
কাজিৰঙাত ১৪৪ ধাৰা । জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা। নিয়ম ভংগ কৰিলেই ভৰিব লাগিব জৰিমনা
বানৰ মাজতে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ ।
Переглядів 12 тис.2 години тому
বানৰ মাজতে ৰাজ্যৰ লা লা মহিলাৰ বাবে ভাল খবৰ । ১ জুলাইৰ পৰা আৰম্ভ হল আবেদন প্ৰক্ৰিয়া। ধন লাভৰ বাবে স্বনিৰ্ভৰ নাৰী পৰ্টেলত শীঘ্ৰেই কৰক আবেদন
আজিৰ পৰা দেশত আহি গ'ল নতুন নিয়ম ।
Переглядів 9 тис.2 години тому
আজিৰ পৰা দেশত আহি গ'ল নতুন নিয়ম । ১৮ বছৰৰ কিশোৰীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিলে ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব। আইন ভংগ কৰিলেই হ'ব কঠোৰ শাস্তি
আগন্তুক ৪৮ ঘণ্টাত ৰাজ্যত ভয়াৱহ হ'ব বান পৰিস্থিতি।
Переглядів 87 тис.2 години тому
আগন্তুক ৪৮ ঘণ্টাত ৰাজ্যত ভয়াৱহ হ'ব বান পৰিস্থিতি।
ব্ৰহ্মপুত্ৰত উটি গ'ল উদীয়মান কণ্ঠশিল্পী । দেৰগাঁৱৰ চৰাইচাপৰিত ভয়ংকৰ ঘটনা ।
Переглядів 13 тис.2 години тому
ব্ৰহ্মপুত্ৰত উটি গ'ল উদীয়মান কণ্ঠশিল্পী । দেৰগাঁৱৰ চৰাইচাপৰিত ভয়ংকৰ ঘটনা ।
ধুমুহা-বৰষুণৰ বাবে হোটেলতে আৱদ্ধ টীম ইণ্ডিয়া ।
Переглядів 9 тис.2 години тому
ধুমুহা-বৰষুণৰ বাবে হোটেলতে আৱদ্ধ টীম ইণ্ডিয়া ।
বিশ্বজয় কৰা MMA ফাইটাৰে গ্ৰহণ কৰিলে ইছলাম ।
Переглядів 9852 години тому
বিশ্বজয় কৰা MMA ফাইটাৰে গ্ৰহণ কৰিলে ইছলাম ।
চৰকাৰী চিকিৎসকলৈ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা ।
Переглядів 8 тис.2 години тому
চৰকাৰী চিকিৎসকলৈ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা ।
দাম কমিল LPGৰ । জুলাই মাহৰ প্ৰথম দিনটোতেই কমিল চিলিণ্ডাৰৰ মূল্য ।
Переглядів 2 тис.2 години тому
দাম কমিল LPGৰ । জুলাই মাহৰ প্ৰথম দিনটোতেই কমিল চিলিণ্ডাৰৰ মূল্য ।
আজিৰে পৰা দেশত কাৰ্যকৰী হ’ব তিনিখন নতুন ফৌজদাৰী আইন ।
Переглядів 3,7 тис.2 години тому
আজিৰে পৰা দেশত কাৰ্যকৰী হ’ব তিনিখন নতুন ফৌজদাৰী আইন ।
মুষলধাৰ বৰষুণৰ বাবে উফন্দি উঠিছে ৰাজ্যৰ নৈ-উপনৈ ।
Переглядів 13 тис.2 години тому
মুষলধাৰ বৰষুণৰ বাবে উফন্দি উঠিছে ৰাজ্যৰ নৈ-উপনৈ ।
দাম কমি থাকোতেই কৰি লওক আপোনাৰ মোবাইল ৰিচাৰ্জ ।
Переглядів 16 тис.2 години тому
দাম কমি থাকোতেই কৰি লওক আপোনাৰ মোবাইল ৰিচাৰ্জ ।
ডিমৌ-জীয়াঢলৰ ভয়াৱহ ৰূপ । তৃতীয় দিনাও বানত বুৰ গৈ আছে ধেমাজিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ ।
Переглядів 16 тис.4 години тому
ডিমৌ-জীয়াঢলৰ ভয়াৱহ ৰূপ । তৃতীয় দিনাও বানত বুৰ গৈ আছে ধেমাজিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ ।
ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব চৰকাৰী চিকিৎসকে ।
Переглядів 13 тис.4 години тому
ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব নোৱাৰিব চৰকাৰী চিকিৎসকে ।
T-20 ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ৰবীন্দ্ৰ জাদেজাৰ ।
Переглядів 11 тис.4 години тому
T-20 ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা ৰবীন্দ্ৰ জাদেজাৰ ।
আগন্তুক ৩জুলাইলৈ ৰাজ্যত ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী ।
Переглядів 10 тис.4 години тому
আগন্তুক ৩জুলাইলৈ ৰাজ্যত ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী ।
প্ৰসংগ দুধনৈৰ ভয়ংকৰ কাণ্ড।অভিযুক্ত ধন আলী তালুকদাৰৰ বাসগৃহত বুলডজাৰৰ কোব।
Переглядів 24 тис.4 години тому
প্ৰসংগ দুধনৈৰ ভয়ংকৰ কাণ্ড।অভিযুক্ত ধন আলী তালুকদাৰৰ বাসগৃহত বুলডজাৰৰ কোব।
ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে ছিঙি নিলে শ্লুইছ গেট,
Переглядів 79 тис.4 години тому
ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে ছিঙি নিলে শ্লুইছ গেট,
৩ জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ
Переглядів 14 тис.4 години тому
৩ জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুষলধাৰ বৰষুণ
দাম কমি থাকোতেই কৰি লওক JIOৰ ৰিছাৰ্জ
Переглядів 1,6 тис.4 години тому
দাম কমি থাকোতেই কৰি লওক JIOৰ ৰিছাৰ্জ

КОМЕНТАРІ

  • @sonjitkumarbarhma541
    @sonjitkumarbarhma541 Хвилина тому

    Best of luck 🎉

  • @assamremix691
    @assamremix691 5 хвилин тому

    আৰু ভেকুলীৰ বিয়া পাতিব,

  • @TimePass-qo7ch
    @TimePass-qo7ch 9 хвилин тому

    Brahamaputra maanjot dibrugarh ot kisuman gaon bonai brahmaputra kkon puti pelai se

  • @krishnabaruah9945
    @krishnabaruah9945 10 хвилин тому

    Rakhya kora pravu

  • @sahedalisahedali5273
    @sahedalisahedali5273 11 хвилин тому

    একো নহয় হিয়া উজাৰি ভোট দিয়ক । কত দিব ভোট জানেনে ?

  • @aliamd8123
    @aliamd8123 12 хвилин тому

    Udalgorit bartaman barkhon nai

  • @jitusarmah7454
    @jitusarmah7454 12 хвилин тому

    এতিয়া ৰাতিপুৱা ফুৰাব নিয়া খৱৰটো দিলে ভাল লাগিব । হাণ্ডকাফত আমি সন্তুষ্ট নহয়।

  • @gitanjoligogoi6279
    @gitanjoligogoi6279 17 хвилин тому

    আমাৰ চৰাইদেউত তো বানপানী

  • @the_nowhalia
    @the_nowhalia 25 хвилин тому

    চিঞৰি, চিঞৰি মৰি যা সুদুৰৰ্ভাই! panic noholeo panic kori maribi!

  • @Lans_on365
    @Lans_on365 26 хвилин тому

    সত্যৰন্জন বৰাক কিয় ইমান দিনে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কাৰণ সি মুছলমান নহয়।

  • @Motivati131
    @Motivati131 26 хвилин тому

    No one should be afraid, nothing will happen, such situation is not only in Assam but also in Bihar 😊

  • @noyonchoudhury9607
    @noyonchoudhury9607 28 хвилин тому

    Katakal nodir Pani lahe lahe pura hailakandi aauku Akbar Bane dubayse

  • @swarnojwalhazarikaudy152
    @swarnojwalhazarikaudy152 31 хвилина тому

    Mojja

  • @RakeshArzya
    @RakeshArzya 38 хвилин тому

    joy sri ram bolo

  • @ratannuridas7068
    @ratannuridas7068 43 хвилини тому

    All do best rian sir

  • @MamuboruahMamu-et1qo
    @MamuboruahMamu-et1qo 46 хвилин тому

    I❤ riyan parag

  • @usermridul41
    @usermridul41 49 хвилин тому

    সুন্দৰ ।ধন্যবাদ আৰক্ষী প্ৰশাসন ।এতিয়া দেখুৱাই দিয়ক,আইন ভঙ্গ কৰিলে,আৰক্ষীয়ে চকু বন্ধ কৰি নাথাকে ।

  • @toniklagachu2456
    @toniklagachu2456 50 хвилин тому

    Very very nice

  • @ShyamontikaDas
    @ShyamontikaDas 51 хвилина тому

    Kripa Kara prabhu

  • @sssssss5800
    @sssssss5800 52 хвилини тому

    Hitlari sorkar khonok koisu...samajik maydhyomot June June samprodai kotha koi Tak greptar kori dekhuwauk si hindu a houk ba Musolman a houk. Ek pokkhiyo kiyo...

  • @Dimpichangmai1111
    @Dimpichangmai1111 52 хвилини тому

    Music dal kio bojai thake baru.

  • @CHAKR4_7
    @CHAKR4_7 57 хвилин тому

    😮😮😮😮😮😮😮

  • @ganeshkonwar3136
    @ganeshkonwar3136 Годину тому

    Very very good 👍

  • @Wasimwahid606
    @Wasimwahid606 Годину тому

    Sorkar bdli hobo lage 😢heh kri dile sob

  • @gamesoffreefireindia7622
    @gamesoffreefireindia7622 Годину тому

    😊

  • @pikubora9865
    @pikubora9865 Годину тому

    বপুৰাই অসমক u.p.বুলি ভাবিছিল

  • @mridulborah6163
    @mridulborah6163 Годину тому

    Israel doom missile sound effects, trp pabo,flood aahise corona nohoi ne

  • @babugogoigogoi
    @babugogoigogoi Годину тому

    নাহৰকটীয়াৰ চাচনিৰ গজপুৰিয়া কলাগৰাত ও বানপানী হৈছে

  • @Liza-o5j
    @Liza-o5j Годину тому

    গোলাঘাটৰ আঠখেলীয়াত বৰ্তমানলৈকে কʼতো বানপানী হোৱা নাই বাৰু

  • @kunjalatabhuyan9074
    @kunjalatabhuyan9074 Годину тому

    ধন্যবাদ অসম আৰক্ষী

  • @j.s.akhommylifemyhistory
    @j.s.akhommylifemyhistory Годину тому

    Atiyahe gom pale neki ,, jonmoni ravar homoiot sun hihotoke bosaisil,,atiya 26t haribo buli aibur natok no...

  • @umeshbrahma6053
    @umeshbrahma6053 Годину тому

    Rati olop morom koribojen paisu tak.

  • @JubairAhmed-vq7np
    @JubairAhmed-vq7np Годину тому

    Kei datte hobo

  • @diduboro7867
    @diduboro7867 Годину тому

    Tak kela 20 bosor man jailot thobo lage

  • @pradipkumarkalita99
    @pradipkumarkalita99 Годину тому

    তপিনা ফালি দিয়ক, তাৰ পিছত বাংলাদেশত থৈ আহক।

  • @rajeshdoley6945
    @rajeshdoley6945 Годину тому

    বহুতো ভাল খবৰ , Direct encounter কৰি দিব লাগে।

  • @funnyboy9657
    @funnyboy9657 Годину тому

    Aia Aramvoni hee Aru dekhiba ki ki hb Prokritir logt khel khelar porinam Aia bosore bosore Voyabohok Driso dekhi ahisu

  • @parthamahanta9151
    @parthamahanta9151 Годину тому

    চাইৰেন বজাইছ কিয়? Disaster management অফিছটো উঠাই নিলি নেকি, বাতৰি পঢ়ি ৰাইজক সচেতন কৰাতকৈ তহঁতে ভীতিগ্ৰস্ত কৰি ত্ৰাসৰ সৃষ্টি কৰ

  • @jassamtv4177
    @jassamtv4177 Годину тому

    CM bhul koise rajniti kor pora ahil

  • @localstoryinassam8358
    @localstoryinassam8358 Годину тому

    আইন সকলোৰে বাবে সমান হব লাগে .😈

  • @rajudas4428
    @rajudas4428 Годину тому

    Good step himonta sir

  • @bhalinteron1879
    @bhalinteron1879 Годину тому

    😡😡😡😡😡

  • @Dilippnb
    @Dilippnb Годину тому

    System hai bhai😂

  • @user-bv6ih4dr4g
    @user-bv6ih4dr4g Годину тому

    Nagaon

  • @girishchandrasharma5023
    @girishchandrasharma5023 Годину тому

    নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমুৰা বান্ধ ভাগিল

  • @pranabjaibajrangbalideka959
    @pranabjaibajrangbalideka959 Годину тому

    Fasi habo lge aitur

  • @Mapogo792
    @Mapogo792 Годину тому

    এই ধৰ্মান্ধটোক গোটেই জীৱনৰ বাবে জেইলত থৈ দিয়ক এইবাৰ !

  • @nbhuyan2435
    @nbhuyan2435 Годину тому

    Should be taken a necessary action...

  • @sonamtapan1361
    @sonamtapan1361 Годину тому

    tel bahir hbo iyar 😂

  • @sahabkhan8440
    @sahabkhan8440 Годину тому

    আপত্তিজনক পোষ্ট বা সাম্প্ৰদায়িক পোষ্ট কৰা সকলোকে গ্ৰেপ্তাৰ কৰিব লাগে

    • @parthaBorah-ur1zw
      @parthaBorah-ur1zw Годину тому

      Or koi hai Kiya ?

    • @soherali3046
      @soherali3046 44 хвилини тому

      Correct bro

    • @Lans_on365
      @Lans_on365 18 хвилин тому

      সকলো গ্ৰেপ্তাৰ নহয় বিশেষ সম্প্ৰদায়ৰ লোক হে গ্ৰেপ্তাৰ হ'ব